লাহে দৈ বেলি ঐ (Lahe Doi Beli Oi) Lyrics
লাহে দৈ বেলি ঐ যাগৈ যাবৰে হ’ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ’ল নীলিম নয়নে নয়ন লৈ বুকুতে মূৰটি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ’ল হিয়াৰে হিয়াতে খেলিবৰ হ’ল লাহে দৈ বেলি ঐ যাগৈ যাবৰে হ’ল লাহে লাহে মনে মনে কাণতে ওঁঠ লগাই ঐ ভালপোৱা দিম জগাই লাহে লাহে মনে মনে কাণতে ওঁঠ লগাই […]