অগ্নিযুগৰ ফিৰিঙতি মই (Ogni Jugor Firingoti Moi) Lyrics

অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম । সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম   নৰকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম । সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব পুনৰ ফিৰাই আনিম । ধৰ্ম্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহঙ্কাৰ লয় পাব তাত। অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিম । নতুন অসম গঢ়িম ।   হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ বড়ো, কোচ, […]