দিয়া মোক দিয়া (Diya Muk Diya) Lyrics

দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশাল এটি মন মিলি যায় যাৰে পাৰা পাৰহীন সুনীল সাগৰ খন সামৰিম বেলি জোন আকোৱালী লম অলেখ তৰাৰ মেলাক দিয়া মোক দিয়া আকাশৰ দৰে দিয়া মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং দিয়া মোক দিয়া সুবিশাল এটি মন আঁকোৱালী লম […]