মতলীয়া বতাহে (Motoliya Botahe) Lyrics

মতলীয়া বতাহে উৰি আহি ক’লে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ ৷ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা প্ৰীতিৰ নাই ভাগৰ আবেগৰ লাগি বতাহত উৰে চৌদিশে মই কিনো কৰো তুমি নাই মোৰে কাষতে মই আছো গুপনে তোমাৰে যে ভাৱতে উমলিচু প্রতিপল জাগা হৃদয় প্রেমৰণত বৰণীয়া ফুলনি আবাহনী দূৰণি তালে […]