অনুৰাধা (Anuradha) Lyrics
যুগে যুগে প্ৰতি খোজে তোমাতেই মই হ’ম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতেই লীন অনুৰাধা অনুৰাধা অনুৰাধা অনুৰাধা সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ অনুৰাধা অনুৰাধা অনুৰাধা অনুৰাধা চকুয়েদি বৈ আহে নিদ্ৰাহিন কবিতা এন্ধাৰতো জ্বলি মৰে নজলোৱা শলিতা সপোনৰো শেষ আছে শেষ নহয় হতাশা জ্বলি জ্বলি জ্বলে মাথো […]
সপোন ৰঙৰ জীৱন তুমি (Hopun Rongor Jibon Tumi) lyrics
সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে দিনে দিনে গলি আছো জ্বলি থকা মমৰ দৰে জীৱনৰ হেপাহত উজাগৰে থাকে মনে পাৰ ভঙা দুখৰ সোতে কন্দুৱাই নিতে […]