এৰা এৰি ক্ষনিকৰে (Era Eri) Lyrics
এৰা এৰি ক্ষনিকৰে অচিৰে তুমি মই মিলিম দুয়োপাৰে পৃথিৱী থৈ ভালপোৱাৰে দিঙা মেলিম ফুলিব ফুল আমোলমোল ৰহঢলা পথাৰ বিয়পি জ্বলিব সোন মাধৱী জোন ধনশিৰি ধুনীয়া লহৰ বুতলি এৰা এৰি ক্ষনিকৰে… নীলা আখৰ এটি দুটি কাগজৰে কোলাতে গুঠি সুধিছো কুশলে মৰমী আছানে জনাবা দেৰি নকৰি প্ৰণয়ৰে খামৰে বুকুত লিৰিকি বিদাৰি তোমাকে যেন বিচাৰিছো আদৰ যাচিছোঁ আতুৰ […]