মোৰ মনৰে কল্পনাত (Mor Monore Kalpanat ) Lyrics

মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অভিনৱ মৰমেৰে ব্যাকুল কৰানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অস্থিৰ আৱেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অস্থিৰ আৱেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অময়া মৰমৰ সুবাস হোৱানা মোৰ […]