দুচকুৰে নীলাৰে (Dusokure Nilare) Lyrics

দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ দুচকুৰে নীলাৰে মাজতে তুমি তৰা জ্বলা আকাশত নিহাৰিকা তুমি তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে এই হাহি চিৰদিনৰ […]

মাজুলীৰ এজনী ছোৱালীয়ে (Majulir Ejoni Suwaliye) Lyrics

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাবটি বহুতকে ইপাৰে সিপাৰে অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি লুইতৰ বুকুতে বুকুখনি মেলি ইফালে-সিফালে আনে শুনক বুলি ঐনিতম এফাঁকি গায় । মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাবটি বহুতকে ইপাৰে সিপাৰে … চুই চালে চুই চালে চুই চালে বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া এ মন গ’লে মন গ’লে মন […]

চুমা চুমা চুমা (Suma Suma Suma) Lyrics

না ৰি নি নি না না নে না নে না ৰি নি নি না না নে নে নে চুমা চুমা চুমা চুমা মিঠা মন বুজা বুজা বুজা বুজা মোৰ মন চুমা চুমা চুমা মিঠা মন বুজা বুজা বুজা বুজা মোৰ মন প্ৰেমৰে নৈ বোৱামে মই তোমাৰ বাবে থাকিমে মই ৰৈ…….. চুমা চুমা চুমা চুমা মিঠা […]

নিয়ৰৰে ফুল (Niyorore Phool) Lyrics

নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? আইনু জনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছিল […]