তুমি চোৱা যেতিয়া দুচকু তুলি (Tumi Suwa Jetiya Dusoku Tuli) Lyrics

তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিত ধৌ খেলে ৰ’দ দাৰি হাহিত মিচিকনি সোনাৰুৰ পাহি সজল সজল চাৱনিত ত’ৰাৰে জিলিকনি সেন্দুৰিয়া ওঠতে ক’থাৰে নিচুকনি বুকুৰ মাজত দেখো জাগে সপোন চকুৰ […]