আমি যেন যন্ত্ৰ (Jantra) Lyrics
ৰাতিপুৱা সুই উঠি যাবৰে যে হয় স্কুললৈ গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওতে যায় দিন দুৰলৈ স্কুলৰ শেষত টিউচন কৰি ঘুৰি আহি একো নাপাও বিছাৰি হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোলাকেই লও সামৰি আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ আমি আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ ৰাতিপুৱা সুই উঠি চাহত সোহা মাৰি, পেপাৰ […]