নিতাল নিশা আজি (Nital Nisha Aji) Lyrics

নিতাল নিশা আজি বাজে কি গহীন গান ? উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ নিতাল নিশা আজি বাজে কি গহীন গান ? উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ সুৱগি তাৰকা জাকে ধৰণীৰ ফাঁকে ফাঁকে সুৱগি তাৰকা জাকে ধৰণীৰ ফাকে […]