গাগৰি ককালত (Gagori Kokalot) Lyrics
গাগৰি ককালত ৰ’দালি দুগালত মৰো মৰো লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি এটি খোজত উঠিছে ঢৌ মোৰ মনৰে বনত পানী অনা ঘাটলে নাযাবা দেই অলকে চল পালে কোনোবাই লৈ যাব ধৰি লৈ যাব লৈ যাব ধৰি লৈ যাব শেৱালি নেৱালি যুতি জাই মালতি কিযে নুফুলে তোমাৰে বাতত লিহিৰি খোপাতে কপৌ ফুলে হাহেঁ জেতুকা জিলিকে দুয়োখনি […]