ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে (Rati Rati) Lyrics

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালেই লৰ মাৰে নাজানো ক’ত তুমি থাকা নাজানা মই ক’ত থাকো জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত ৰাতি ৰাতি… নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ ৰাতি জোনাক পথত খোজে খোজে […]