প্ৰতিদিনে তুমি (Pratidine Tumi) Lyrics

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল এপাহি হাহি এপাহি দুখ তাৰেই সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল আকাশে গাতে ল’বৰে মন সাগৰ তলিত শুৱৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় হৃদয় […]