ৰং দিয়া মৰম (Rong Diya Morom) Lyrics

ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দিঠকক স্মৰাব জানো ? খোজ দিয়া … খোজে খোজে ৰওঁ ছায়া হৈ বাটৰে লগ ল’লোঁ থাকিম শেষলৈ সৰু ঘৰখনি হ’ব শুৱনি তোমাৰে মোৰে মিলনৰে ওঁঠৰে পাহিত এধানি হাঁহিৰ নোহোৱা হ’ব যে বেদনা যে […]