উভটি চোঁৱা ধুলিয়ৰি বাটে (Ubhoti Suwa) Lyrics
উভটি চোঁৱা ধুলিয়ৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী উজুটি খোৱা উচুপনিবোৰে ছবি হৈ হৈ ক’বহি কাহিনী সময়ৰে সুঁতি সোঁততে সুহুৰি সুৰুঙাৰে সৰকি সুঁৱৰি উভটি চোঁৱা ধুলিয়ৰি বাটে ধুলি হৈ হৈ উৰিব জীৱনী অচিন আকাশৰ সিটো পাৰে পলকেও ঠিকনা সলালে মলিন ছবিৰে ৰংবোৰে কিনো ৰং কতেনো সানিলে আধামৰা জোনে উচুপি কান্দে এন্ধাৰৰ এলাগী বাটতে সমুখৰে […]
এন্ধাৰ হ’ব নোৱাৰোঁ (Andhar Hobo) Lyrics
এন্ধাৰ হ’ব নোৱাৰোঁ মচি দিব নোৱৱাৰোঁ পাখি মেলা অতীতক কিহৰে পাহৰোঁ । এন্ধাৰ হ’ব নোৱাৰোঁ…। পোহৰ বুলি জিয়ালোঁ মনে মনে প্ৰাণতে হাতেৰে ঢুকি নোপোৱাৰ জোনৰে ছবি পাখি মেলি সপোনে আগচিলে’ জীৱনক কোনোবা দৰদী আকাশৰ নীলিমাতে সেই মন আজি যেন অসমীত লীন হোৱা তৃষা কিদৰে পাহৰোঁ মই এন্ধাৰ হ’ব নোৱাৰোঁ…. সাগৰ নীলা দুচকুত কি ৰং আনে […]
মুগ্ধ হিয়া মোৰ (Mugdha Hiya Mur) Lyrics
আউসীৰ জোন মোৰ সমুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতি মোৰ কেতিয়াকে পুৱাব, খেলিব ৰদে সতে তুমি আহিবা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু ওপচাই মুগ্ধ হিয়া মোৰ কোনে চুই যাই মুগ্ধ হিয়াত ৰৈ কোনে চুমি যাই বুকুতে অগনি জ্বলাই তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ’ল মাথো ছাই বুকুতে যে জুই বিয়পাই তেজ মঙহৰে পৃথিৱী […]
ৰৈ ৰৈ বিনালে (Roi Roi Binale) lyrics
ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো জানো […]
ৰ’দ আজি কেনি পাওঁ (Rod Aji Keni Pau) Lyrics
ৰ’দ… ৰ’দ আজি কেনি পাওঁ ৰ’দ … ৰ’দ আজি কেনি চাওঁ খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰত পথ হেৰাওঁ ৰ’দ… ৰ’দ আজি কেনি পাওঁ ৰ’দ … ৰ’দ আজি কেনি চাওঁ মন গ’লে মোৰ কাষলে আহিবা এদিন অকলে কিদৰে শোওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে স্বপ্ন য’ত নাই জীৱনো নাই আছে মাথোঁ নিৰাশাৰ […]
মনৰ নিজানত জোনাক আছিলে (Monor Nijanot) lyrics
মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰাই । মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো […]
সপোন ৰঙৰ জীৱন তুমি (Hopun Rongor Jibon Tumi) lyrics
সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে দিনে দিনে গলি আছো জ্বলি থকা মমৰ দৰে জীৱনৰ হেপাহত উজাগৰে থাকে মনে পাৰ ভঙা দুখৰ সোতে কন্দুৱাই নিতে […]
মায়া মাঁথো মায়া (Maya Mathu Maya) lyrics
মায়া… মায়া মাঁথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া, মায়াভৰা দুচকুলৈ হিয়াজুৰি আছাহি বৈ দূৰণিৰে জোনাকী হৈ ৰ’লা কিয় হে… মায়া… মায়া মাঁথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া… সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোহি জীয়াই, দেহেমনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱায়, নানিবা সেমেকা ৰাতি নেলাগে মোক সোঁৱৰণি হে… […]
মনৰ নিজানত জোনাক আছিলে (Monor Nijanot) Lyrics
মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰাই । মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমৰ সুবাস সানিলৈ । হঠাতে শুকালে পোহৰৰ ফুলনি । নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰাই । হৃদয়ে আৱেগক নোৱাৰে সহিব চকুলো […]
আঁউসীৰ জোন মোৰ (Aaukhir Jon Mur) Lyrics
(তুমি চালেই জানা তুমি চুলেই জানা, মেঘালী সপোনে বাগৰ সলাই তুমি চালেই জানা তুমি চুলেই জানা, মেঘালী সপোনে বাগৰ সলাই) আঁউসীৰ জোন মোৰ সমুখতে সেমেকা চকুলো দুগালতে নিজানৰ ৰাতি মোৰ কেতিয়াকে পুৱাব, খেলিব ৰ’দে সতে তুমি আহিবা এদিনা ৰং দিবা দুচকুত মৰমেৰে বুকু ওপচাই দিনে প্ৰতিদিনে মাথোঁ মনে প্ৰাণে দিনে প্ৰতিদিনে মাথোঁ মনে প্ৰাণে আঁকিলো […]