আহে বা নাহে ঘুমতি (Ahe Ba Nahe) lyrics

আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ সপোনকে লৈ থাকে বা নাথাকে শাওণৰে ধল তুমি (মৰমৰে নৈ)×২ দুপাখি মেলি সমীৰে আহি দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ সপোনকে লৈ চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি শৰতে শৰতে চুৱে বা নুচুৱে নিয়ৰে শেৱালি পাহিতি […]

ৰ’দ আজি কেনি পাওঁ (Rod Aji Keni Pau) Lyrics

ৰ’দ… ৰ’দ আজি কেনি পাওঁ ৰ’দ … ৰ’দ আজি কেনি চাওঁ খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰত পথ হেৰাওঁ ৰ’দ… ৰ’দ আজি কেনি পাওঁ ৰ’দ … ৰ’দ আজি কেনি চাওঁ মন গ’লে মোৰ কাষলে আহিবা এদিন অকলে কিদৰে শোওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে স্বপ্ন য’ত নাই জীৱনো নাই আছে মাথোঁ নিৰাশাৰ […]

কঁকাল খামোচীয়া (Kokal Khamusia) lyrics

কঁকাল খামোচীয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমী খোজেৰে নিলাহী মন মোৰ হৰি গাৱঁৰে জীয়াৰী থাকিবা আতঁৰি চুলে মাৰিব বিজুলি কঁকাল খামোচীয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমী খোজেৰে নিলাহী মন মোৰ হৰি এ হে হে…. ধাননি পথাৰত সোনোৱালী শষ্যত জিলিকে আমাৰে আশা ঘৰে ঘৰে বন্তি জ্বলিলে গধুলি শেৱালী […]

মন যায় (Mon Jai) Lyrics

মন যায় মোৰো মন যায়, মন যায় মোৰো মন যায়, চকুত চকু থৈ চাবলে, লাহে লাহে ওচৰ পাবলে, কাষে কাষে খোজ দিবলে, মন যায় মোৰো মন যায়, চকুত চকু থ’ব মন যায় তোমাক দেখা পালে, সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ, মৰম সূঁতি বয়, ঢৌবোৰো তাত হয় সাঁথৰ, সমূখত যেতিয়া তোমাক দেখো, […]

মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut) Lyrics

মায়াবিনী ৰাতিৰ বুকুতদেখা পালোঁ তোমাৰ ছবিধৰা দিলা গোপনে আহিহিয়াৰ কোণত…তুমি যে মোৰ শুকান মনতনিয়ৰৰে চেঁচা টোপালনামি অহা, ৰ’দৰে নৈমোৰ দেহত প্ৰতি পুৱাধুমুহাৰ স’তে মোৰবহু যুগৰে নাচোনএন্ধাৰো সঁচা মোৰবহু দিনৰে আপোননিজানৰ গান মোৰশেষ হ’বভাবোঁ তোমাৰ বুকুত। প্ৰতি শৰতৰ প্ৰভাতি ফুলেক’ব তোমাকেই মোৰ কথাপ্ৰতি মেঘালী নিশা জোনেক’ব তোমাকেই মোৰ বেথাধুমুহাৰ স’তে মোৰবহু যুগৰে নাচোনএন্ধাৰো সঁচা মোৰবহু দিনৰে […]