প্ৰতিদিনে তুমি (Pratidine Tumi) Lyrics
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল এপাহি হাহি এপাহি দুখ তাৰেই সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল আকাশে গাতে ল’বৰে মন সাগৰ তলিত শুৱৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় হৃদয় […]
অ’……. দেউতা (O Deuta) Lyrics
মনে যদি টোকে চকুলো নিচুকাই দিবানে অ’ দেউতা সপোনে যদি হেৰায় ঠিকনা বিচাৰে দিবানে অ’ দেউতা শোকত যদি বিষায় বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে অ’ দেউতা অ’……. দেউতা খোজে খোজে তুমি মোৰ ছায়া শব্দৰে শেষ নহয় তোমাৰ কথা অ’…. মোৰ দেউতা মনে যদি টোকে চকুলো… অশ্ৰু থুনুকা হ’ল… স্মৃতিবোৰ ধূসৰ […]
কাজলী তোমাৰ চকুৰে (Kajoli Tomar Sokure) Lyrics
কাজলী তোমাৰ চকুৰে চাঁও নাচাও কৈ নাচাবা কাজলী তোমাৰ চকুৰে চাঁও নাচাও কৈ নাচাবা মনক বুজাই কিদৰে থও তুমি নুবুজিবা মনক বুজাই কিদৰে থও তুমি নুবুজিবা কাজলী তোমাৰ চকুৰে চাঁও নাচাও কৈ নাচাবা শিল বৰষা বুকুখনিত চুই দিলেই বৰষে ফুল আবেগৰে ৰ লাগি হব সিও আকুল শিল বৰষা বুকুখনিত চুই দিলেই বৰষে ফুল আবেগৰে ৰ […]
বুকুতে গুপুতে অকলে এৰি থৈ (Gupute Gupute Akale) Lyrics
বুকুতে গুপুতে অকলে এৰি থৈ ক’তেনো থাকাগৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ নৈ তুমি। জ্বলি জ্বলি জীৱনত পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল’লা সাৱটি চকু মেলা সাৰ পোৱা মোলে’ চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা।। চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী নতুন ফাগুণ মোৰ হেৰোৱা সপোন […]
নিয়ৰৰে ফুল (Niyorore Phool) Lyrics
নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? আইনু জনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছিল […]
এতিয়া হিয়া মোৰ বৰষে তোমালৈ (Etiya Hiya Mor) Lyrics
এতিয়া হিয়া মোৰ বৰষে তোমালৈ এতিয়া বুকু মোৰ উলাহে নধৰে ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা? চকুতে চকু থৈ বোৱালা কামনা… এতিয়া হিয়া মোৰ বৰষে তোমালৈ এতিয়া বুকু মোৰ উলাহে নধৰে… বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু মিচিকিয়া হাঁহিৰে যেন […]
মই নথকাৰ অনুভৱ (Moi Nothokar Anubhav) Lyrics
মই নথকাৰ অনুভৱ যিদিনা হব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মই নথকাৰ অনুভৱ যিদিনা হব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ চন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা যদি […]
অ’ বিদেশী বন্ধু (O Bideshi Bondhu) Lyrics
অ’ বিদেশী বন্ধু, দুৰ্ভীয়া আজি কিয়নো বন্ধু, অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোনৰ অ বিদেশী বন্ধু, দুৰ্ভীয়া আজি কিয়নো বন্ধু, অকলশৰীয়া । প্ৰেমৰ সাগৰে জাহাজ মেলিলি নেপালি কোনো বন্দৰ সৰু চাকনৈয়াতে বন্দী হলি হেৰুৱালি তোৰ লংগৰ অ’ বিদেশী বন্ধু, দুৰ্ভীয়া আজি কিয়নো বন্ধু, অকলশৰীয়া । চিৰ সেউজতে চামেলি দেখি অতি মনোমুগ্ধকৰ লিৰিকি বিদাৰি সুগন্ধি লওঁতেই চামেলি হ’ল […]
বুকু হুম হুম কৰে মোৰ আই (Buku Hom Hom Kore) Lyrics
বুকু হুম হুম কৰে মোৰ আই কোনে নিদ্ৰাহৰে মোৰ আই পু্ত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো; বুকু হুম হুম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আই । পু্ত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো; বুকু হুম হুম কৰে মোৰ আই । দেশৰে চন্দ্ৰমা কাল এন্ধাৰে […]
তুমি চোৱা যেতিয়া দুচকু তুলি (Tumi Suwa Jetiya Dusoku Tuli) Lyrics
তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিত ধৌ খেলে ৰ’দ দাৰি হাহিত মিচিকনি সোনাৰুৰ পাহি সজল সজল চাৱনিত ত’ৰাৰে জিলিকনি সেন্দুৰিয়া ওঠতে ক’থাৰে নিচুকনি বুকুৰ মাজত দেখো জাগে সপোন চকুৰ […]