লগন উকলি গ’ল (Lagan Ukoli Gol) Lyrics

লগন উকলি গ’ল তেওঁ যে নহ’ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা কিমান হেঙুলী উষা কিমান জোনাকী নিশা মিছাতেই গ’ল মোৰ কিমান গধুলী পুৱা ৷ মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে । শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান- “ভালপোৱা ভালপোৱা”।

মোৰ কবিতাৰ ছন্দ লাগি (Mor Kobitar Chando Lagi) Lyrics

মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগে নে ; কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগে নে ; নাচে তৰা ছন্দে ছন্দে বিশ্বভৰা মহানন্দে সেই উলাহত হৰ্ষ লাগি হিয়াত নাচোন উঠেনে ? ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ বাজে মন বাঁহী মোৰ সেই সুৰতেই শাঁত কৰি ল’ই পৰিবনে হিয়া জুৰ ? ছেৱে ছেৱে ফুলে ফুল গন্ধতে আমোল […]

বিলতে হালিছে ধুনীয়া পদুমী (Bilote Halise Dhuniya Podumi) Lyrics

বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে সানিছে ৰেণুৰে বোল ।। গছৰে ডালতে গাইছে কুলিয়ে কুউ কুউ ক’ই ৷ দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে জিৰ জিৰ জিৰ্‌ কই নিজান বননিতে কেতেকী চৰায়ে সুহুৰি মাৰিছে ৰই।

পলিটিক্স নকৰিবা বন্ধু (Politics Nokoriba Bondhu) Lyrics

পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দু—সাজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণ গুণাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এম এল এ চব পাপৰ হে মাত্ৰ দেখিবলে খাদ্য আঁচলতে শব্দ খ্যমতাৰ জোৱাৰত আমি আছো মুগ্ধ জাগ্ৰত জনতাক কৰি দিশ ভ্ৰষ্ট পৰিবৰ্তন শব্দত শুনিবলে ভাল […]

জোনাক গলা জাৰৰ নিশা (Jonak Gola Jaror Nisha) Lyrics

জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলিত গণি গণি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী ? সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলিত … গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে কতনো বিচাৰিবি কৰুণাৰ হাত কতনো বিচাৰিবি কৰুণাৰ […]

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে (Rati Rati) Lyrics

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালেই লৰ মাৰে নাজানো ক’ত তুমি থাকা নাজানা মই ক’ত থাকো জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত ৰাতি ৰাতি… নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ ৰাতি জোনাক পথত খোজে খোজে […]

শান্তি দিয়া, মুক্তি দিয়া (Xanti Dia Mukti Diya) Lyrics

শান্তি দিয়া, মুক্তি দিয়া সোণৰ অসম ৰচিবলৈ সেউজ দিয়া , শস্য দিয়া চিৰকাল ফুলিবলে গুলী বাৰুদ, ধোঁৱা উৰুৱাই নিৰপৰাধ শিশু কন্দোৱাই ঘৰে ঘৰে মৰম নচোৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া ……….. সচাঁ হোৱাৰ পথ চিৰ নতুন সঁচা হোৱাৰ মন চিৰ তৰুন মৰমেৰে পথাৰ বৰ বিশাল সজাগ হোৱাৰ মন চিৰ নতুন সজাগ হোৱাৰ […]

মনলৈ উভতি আহে (Monole Ubhoti Ahe) Lyrics

মনলে উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ’…অ’…অ’… মনলে উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ’…অ’…অ’… তোকে লৈ দেখো মই মোৰে বুকুৰে এটি এটি সপোন আৱেগে ওপচে ভাৱিলে তয়েতো মোৰ আশাৰে জোন ময়ো […]

সেউজীয়া সেউজীয়া (Seujiya Seujiya) Lyrics

সেউজীয়া সেউজীয়া লানিকৈ ৰুলে ঐ গছৰ শাৰী সেউজী গছতে সোণৰ গুটি । সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাটি সেউজী গছতে সোণৰ গুটি । ভাটি দেশৰে কুলি ছোৱালী অ’ টুকুৰীত ভাবি কোমল পাতে ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে আঙুলি বোলাবি পাতে পাতে । খৰকৈ বোলাবি অ’ তই লাখো লাখ টকাৰে মোকে নাটে আঙুলি […]

সেউজী সেউজী সেউজী অ’ (Seuji Seuji Seuji O) Lyrics

সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া ৷ সোণোৱালী শইচৰ পথাৰ কোলাত শোভে ৰ’দালীৰে ফুল ফল সেন্দুৰীয়া । আমাৰ চকুলোৰে পানী দি জীয়ালোঁ মাণিকী-মধুৰী ধান, তোমালৈ আনিছোঁ জগতৰে শ‍ইচ এৰা অ’ নিমাতী মান ৷