এৰা এৰি ক্ষনিকৰে (Era Eri) Lyrics

এৰা এৰি ক্ষনিকৰে অচিৰে তুমি মই মিলিম দুয়োপাৰে পৃথিৱী থৈ ভালপোৱাৰে দিঙা মেলিম ফুলিব ফুল আমোলমোল ৰহঢলা পথাৰ বিয়পি জ্বলিব সোন মাধৱী জোন ধনশিৰি ধুনীয়া লহৰ বুতলি এৰা এৰি ক্ষনিকৰে… নীলা আখৰ এটি দুটি কাগজৰে কোলাতে গুঠি সুধিছো কুশলে মৰমী আছানে জনাবা দেৰি নকৰি প্ৰণয়ৰে খামৰে বুকুত লিৰিকি বিদাৰি তোমাকে যেন বিচাৰিছো আদৰ যাচিছোঁ‌ আতুৰ […]

মনলৈ উভতি আহে (Monole Ubhoti Ahe) Lyrics

মনলে উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ’…অ’…অ’… মনলে উভতি আহে ল’ৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ’…অ’…অ’… তোকে লৈ দেখো মই মোৰে বুকুৰে এটি এটি সপোন আৱেগে ওপচে ভাৱিলে তয়েতো মোৰ আশাৰে জোন ময়ো […]

মন যায় (Mon Jai) Lyrics

মন যায় মোৰো মন যায়, মন যায় মোৰো মন যায়, চকুত চকু থৈ চাবলে, লাহে লাহে ওচৰ পাবলে, কাষে কাষে খোজ দিবলে, মন যায় মোৰো মন যায়, চকুত চকু থ’ব মন যায় তোমাক দেখা পালে, সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ, মৰম সূঁতি বয়, ঢৌবোৰো তাত হয় সাঁথৰ, সমূখত যেতিয়া তোমাক দেখো, […]