কাজলী তোমাৰ চকুৰে (Kajoli Tomar Sokure) Lyrics

কাজলী তোমাৰ চকুৰে চাঁও নাচাও কৈ নাচাবা কাজলী তোমাৰ চকুৰে চাঁও নাচাও কৈ নাচাবা মনক বুজাই কিদৰে থও তুমি নুবুজিবা মনক বুজাই কিদৰে থও তুমি নুবুজিবা কাজলী তোমাৰ চকুৰে চাঁও নাচাও কৈ নাচাবা শিল বৰষা বুকুখনিত চুই দিলেই বৰষে ফুল আবেগৰে ৰ লাগি হব সিও আকুল শিল বৰষা বুকুখনিত চুই দিলেই বৰষে ফুল আবেগৰে ৰ […]