চকুমেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
চকুমেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
চকুমেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
মনৰে মৰমী তুমিয়ে কিজানি
জোন যেন মুখনি বুকুৰে শুৱনি
চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
লাহি দুটি উঁঠেৰে
কথা ক’লা হিয়াৰে
নিবিড় মন মোৰ
হ’ল মোৰ উতলা
লাহি দুটি উঁঠেৰে
কথা ক’লা হিয়াৰে
নিবিড় মন মোৰ
হ’ল মোৰ উতলা
জোনাক জোনাক দুচকুতে
দেখোঁ আশাৰ প্রতিচ্ছবি
হিয়াৰ দাপোন তোমাৰ সপোন
তুমি চঞ্চলা !
চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
অচিনাকি চাৱনী আজি যেন চিনাকি
ভৰে আজি মোৰ বুকুৰ সুৰ কৰণি
অচিনাকি চাৱনী আজি যেন চিনাকি
ভৰে আজি মোৰ বুকুৰ সুৰ কৰণি
উঠন উঠন বুকুৰ মৰম
কোমল হিয়াৰ প্ৰেমৰ নাচোন
নিথৰ আকাশ ভাঙি আজি
নামে বৰষুণ !
চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে
চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে চিনি পালোঁ হঠাতে