অ’ সখী আহিব প্ৰিয়া (O Sakhi Ahibo Priya) Lyrics

অ’ সখী আহিব পিয়া
ৰূপহী জোনৰে

কিৰণ জকেমকাই

বিৰিখৰ পাততে আহিব পিয়া

সখীৰে চকুৰে

নিয়ৰ জকেমকাই

লাৱণী গালতে আহিব পিয়া

আমাৰে সখীয়ে

ইনাই বিনাই

বিৰহ বেদনাতে

মিলন বাসনাতে আহিব পিয়া