আগবাৰীত ফুলিলে (Agbarit Fulile) Lyrics

আগবাৰীত ফুলিলে
সোণে মোৰ চম্পা

সেউতী মালতী

সোণে মোৰ চম্পা।।

গোন্ধৰ গুটিমালী

ৰঙাকৈ ৰেমতি

আমোলে মোলে ঐ

সোণে মোৰ চম্পা।

আগবাৰীত ফুলিলে

সোণে মোৰ চম্পা

সেউতী মালতী

সোণে মোৰ চম্পা।।

সোণৰে পখিলা

ৰূপৰে পখিলা।।

ফুলনি জিলিকি উৰে

সোণে মোৰ চম্পা।

ক’ৰে বনৰীয়া

ফুটুকা ধুনীয়া

চৰায়ে বিনালে

অময়া সুৰেৰে

সোণে মোৰ চম্পা।।

আগবাৰীত ফুলিলে

সোণে মোৰ চম্পা

সেউতী মালতী

সোণে মোৰ চম্পা।।

গোন্ধৰ গুটিমালী

ৰঙাকৈ ৰেমতি

আমোলে মোলে ঐ

সোণে মোৰ চম্পা।

আগবাৰীত ফুলিলে

সোণে মোৰ চম্পা

সেউতী মালতী

সোণে মোৰ চম্পা।।

সোণে মোৰ চম্পা।।