উটি যা ৰূপালী নাও (Uti ja Rupali Nao) Lyrics

উটি যা ৰূপালী নাও
উটি যা ৰূপালী নাও
জুৰ কৈ বা
অ’ মোৰ পশ্চিমৰ মলয়া বা
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল ।
শুনি তোৰ মৃদু সুৰ
শিয়ৰি উঠে মোৰ গা
লুইতৰ বুকুৰে ধল
নাচি কৰে তলমল
গাই বই কলকল
তোলে সুমধুৰ ৰাগ