এই আকাশ বৰ বিশাল (Ei Akash Bor Bixal) Lyrics

এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল
তেও কিয় লাগে উকা
মোৰ মন পথাৰতে পাক সা
তই ৰবি হৈ জীপাল

আহ, উৰি আহ, অ’সজল মেঘ
চা, জুমি চা, অ’ কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল

জুৰি বয় নদীলৈ, নদী যায় সাগৰলৈ
বনফুল চুবলৈ, কোন যায় বতাহে হৈ
তই নদী হৈ আহ কাষলৈ
মন সাগৰত পৰ আহি বৈ

মন সাগৰ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল
তেওঁ কিয় লাগে উকা।