কাজলী তোমাৰ চকুৰে (Kajoli Tomar Sokure) Lyrics

কাজলী তোমাৰ চকুৰে
চাঁও নাচাও কৈ নাচাবা
কাজলী তোমাৰ চকুৰে
চাঁও নাচাও কৈ নাচাবা
মনক বুজাই কিদৰে থও
তুমি নুবুজিবা
মনক বুজাই কিদৰে থও
তুমি নুবুজিবা

কাজলী তোমাৰ চকুৰে
চাঁও নাচাও কৈ নাচাবা

শিল বৰষা বুকুখনিত
চুই দিলেই বৰষে ফুল
আবেগৰে ৰ লাগি
হব সিও আকুল
শিল বৰষা বুকুখনিত
চুই দিলেই বৰষে ফুল
আবেগৰে ৰ লাগি
হব সিও আকুল
শিল বৰষা বুকুখনিত
চন্দ্ৰাৱলী সাজে সাজি
আজি নুজুকাবা
তুমি নুজুকাবা

কাজলী তোমাৰ চকুৰে
চাঁও নাচাও কৈ নাচাবা

মন পথাৰৰ আলিয়েদি
তোমাৰ অহা জোৱা
খোজে খোজে সৰি পৰে
এমুঠি ভালপোৱা
মন পথাৰৰ আলিয়েদি
তোমাৰ অহা জোৱা
খোজে খোজে সৰি পৰে
এমুঠি ভালপোৱা

দুটি ওঁঠে গান খোজে
কিয় নুসুধিবা
তুমি নুসুধিবা
কাজলী তোমাৰ চকুৰে
চাঁও নাচাও কৈ নাচাবা
কাজলী তোমাৰ চকুৰে
চাঁও নাচাও কৈ নাচাবা
মনক বুজাই কিদৰে থও
তুমি নুবুজিবা
মনক বুজাই কিদৰে থও
তুমি নুবুজিবা

কাজলী তোমাৰ চকুৰে