কেতিয়াবা বেজাৰতে (Ketiyaba Bejarote) Lyrics

কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ
কপালতে যেন হাত যোৱা বুলাই
কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ
কপালতে যেন হাত যোৱা বুলাই

তুমিয়ে দেখোন মোৰেই আই
কান্দি কান্দি ভাগৰোতে
মৰমেৰে দিছিলা শুৱাই

হয়তো আজি গাঁৱৰ পজাঁত
আছা বহি মোকেই ধিয়াই
গোঁসাই ঘৰত বন্তি জ্বলাই
কেতিয়াবা বেজাৰতে….