গছে গছে পাতি দিলে (Gose Gose Pati Dile) Lyrics

(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই (ৰাম ৰাম)
কলীয়া ভোমোৰা গুঞ্জৰি আহে
গোন্ধকে ধিয়াই (ৰাম ৰাম)।

কোনে গোলাপী সখী এনে হাঁহি দিলে
ৰূপতে ৰঙে চৰাই
ওৰণি তলতে পৰিমল ৰেণু
উৰুৱাই পৱনে দিলে বিলাই।

Amazon Product