চুমা চুমা চুমা (Suma Suma Suma) Lyrics

না ৰি নি নি না না নে না নে
না ৰি নি নি না না নে নে নে
চুমা চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন
চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন
প্ৰেমৰে নৈ বোৱামে মই
তোমাৰ বাবে থাকিমে মই
ৰৈ……..
চুমা চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন

গণেশগুৰিত তোমাক দেখো
চান্দমাৰীত তোমাক দেখো
মালিগাওঁতো তোমাক দেখো
য’তে ত’তে তোমাক দেখো
তোমাক দেখি দেখি দেখি দেখি দেখি পাগল মই
তোমাক ভাবি ভাবি ভাবি ভাবি ভাবি মৰিম মই
চুমা চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন
না ৰি নি নি না না নে না নে
না ৰি নি নি না না নে নে নে

পোষ্টাৰত তোমাক দেখো
ৰিক্সাই বাছে তোমাক দেখো
N.E টিভিত তোমাক দেখো
সকলোতে তোমাক দেখো
তোমাক পাবলে মোৰ মন জানা বহু যুগৰে
তোমাক এবাৰ হ’লেও চুই চাবৰ মন যে মোৰে
চুমা চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন
চুমা চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন
প্ৰেমৰে নৈ বোৱামে মই
তোমাৰ বাবে থাকিমে মই
ৰৈ……..

চুমা চুমা চুমা চুমা মিঠা মন
বুজা বুজা বুজা বুজা মোৰ মন
না ৰি নি নি না না নে না নে
না ৰি নি নি না না নে নে নে
না ৰি নি নি না না নে না নে
না ৰি নি নি না না নে নে নে
না ৰি নি নি না না নে না নে
না ৰি নি নি না না নে নে নে