জিলিকা পাখীৰে
অ’ সোণ ম’ৰা চৰাই
ৰঙা সেউজীয়া তৰা ফুটুকীয়া
তোৰ গোট সাবটে
অ’ সোণ ম’ৰা চৰাই !
জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি
তোৰ মৰমতে মৰো
অ’ সোণ ম’ৰা চৰাই।
জিলিকা পাখীৰে
অ’ সোণ ম’ৰা চৰাই
ৰঙা সেউজীয়া তৰা ফুটুকীয়া
তোৰ গোট সাবটে
অ’ সোণ ম’ৰা চৰাই !
জুৰিটিৰ পাৰতে নাচ ঠেও ধৰি
তোৰ মৰমতে মৰো
অ’ সোণ ম’ৰা চৰাই।