নিছলা আইৰে (Nisola Aaiyre) Lyrics

নিছলা আইৰে
আমি খাঁটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া

খোপাত কপৌফুল, হাতত জেতুকাৰ বোল
ওঁঠত পৃখৰ বোল, সজোৱা বুলোৱা
বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যোৱা
নিছলা… … … ধুনীয়া

কবিতাৰে মোহ ছন্দ পাহৰি পেলোৱা অ’ পাহৰি পেলোৱা
বিৰাষিণী বেশ ধৰি অগনি জ্বলোৱা
বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যোৱা
নিছলা…….. … ধুনীয়া