নিতাল নিশা আজি
বাজে কি গহীন গান ?
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
নিতাল নিশা আজি
বাজে কি গহীন গান ?
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
সুৱগি তাৰকা জাকে
ধৰণীৰ ফাঁকে ফাঁকে
সুৱগি তাৰকা জাকে
ধৰণীৰ ফাকে ফাকে
ঢালি দি অমৃত ঢাকে
দুখ: সুখ যত মান
নিতাল নিশা আজি
বাজে কি গহীন গান ?
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
উৰি যা মুগ্ধ মন
ভাঙি শেষ শূণ্য খন
উৰি যা মুগ্ধ মন
ভাঙি শেষ শূণ্য খন
লভি সেই শান্তি ধন
উঠক উজ্বলি প্রাণ
নিতাল নিশা আজি
বাজে কি গহীন গান ?
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ
উৰি যাব খোজে মোৰ
আকুল উদাস প্রাণ