নূপুৰে মাতে ৰুণ্‌ জুন্‌ (Nupure Mate Runjun) Lyrics

নূপুৰে মাতে ৰুণ্‌ জুন্‌
নূপুৰে মাতে ৰুণ্‌ জুন্‌
নূপুৰে মাতে ৷
সখী যাবৰ বেলি
আমাৰ হিয়াখনি
বিষাদে ছাটে।।
চলে চলি চকুতে
সখী চকুপানী নাটে।। যোৱা সখী দিছোঁ বিদায়
মনতে ৰাখিবা সদায়
এৰানো কি স’তে
সখী এৰানো কি স’তে।

Amazon Product