পলিটিক্স নকৰিবা বন্ধু (Politics Nokoriba Bondhu) Lyrics

পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু—সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতিৰ মাটিৰ গান গুণ গুণাও
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
মন্ত্ৰী এম এল এ চব
পাপৰ হে মাত্ৰ
দেখিবলে খাদ্য
আঁচলতে শব্দ
খ্যমতাৰ জোৱাৰত
আমি আছো মুগ্ধ
জাগ্ৰত জনতাক
কৰি দিশ ভ্ৰষ্ট
পৰিবৰ্তন শব্দত শুনিবলে ভাল
ঘেন্তা ডাল
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু—সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতি মাটি ভেটি
আৰু প্ৰগতি
জাতি জনগোষ্ঠী
আছ লুটি পুতি
মন্দিৰ মজ্জিদ
সেৱা কৰি লাভ নাই
সৌ—জনো সন্মুখত
হাঁহি মাৰি সাৰি যায়
জানি লবি সবে
তহঁতৰো আহি আছে কাল
আমি মহা কাল
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু—সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতিৰ মাটিৰ গান গুণ গুণাও
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু ।