বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল ।।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ ক’ই ৷
দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে
জিৰ জিৰ জিৰ্ কই
নিজান বননিতে কেতেকী
চৰায়ে সুহুৰি মাৰিছে ৰই।
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল ।।
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ ক’ই ৷
দূৰ দূৰণিতে জুৰিটিয়ে নাচিছে
জিৰ জিৰ জিৰ্ কই
নিজান বননিতে কেতেকী
চৰায়ে সুহুৰি মাৰিছে ৰই।