মনলৈ উভতি আহে (Monole Ubhoti Ahe) Lyrics

মনলে উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি

আছিলো তোৰে মৰমতে খেলি

মোৰো ভাল লাগে তাকে সুঁৱৰি

অ’…অ’…অ’…

মনলে উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি

আছিলো তোৰে মৰমতে খেলি

মোৰো ভাল লাগে তাকে সুঁৱৰি

অ’…অ’…অ’…

তোকে লৈ দেখো মই

মোৰে বুকুৰে এটি এটি সপোন

আৱেগে ওপচে ভাৱিলে তয়েতো

মোৰ আশাৰে জোন

ময়ো দেখো সপোন

দিনে-ৰাতিয়ে চোন

প্রায়ে আজিকালি

ল’ৰালি আজিওঁ চোন আঁতৰা নাই

কিনো ক’ম দাদা ময়ো তোৰেহে ভাই

মনলে উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি

কিদৰে পাহৰো

তোৰে মৰমকে তোৰে চেনেহকে

কথা দিলো আজি আনিমেই আজুৰি

তোৰে সপোনকে

আগলৈ হ’বি তই মোৰ পৰিচয়

আৰু লাগিছেনো কি ?

মোৰো মন তোলৈকে আনিম এজনী

বহুতৰ মাজৰ পৰা বাচি বাচি

ক‍ইনা সাজে আহিব নবৌ জনী

মানুহে মানুহ ভৰিব ৰভাতলী

অ’…অ’…অ’…অ’…

Amazon Product