মোৰ গানত জ্বলে (Mor Ganot Jole) Lyrics

মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
চিৰ দুখীয়াৰ
চিৰ পৰিত্ৰাণ ৷
মোৰ গানত গুমৰি
ভূঁইকঁপ কৰে
পৃথিৱীৰ নিৰ্বাণ
মোৰ গানৰ জুয়ে জগত পুৰিব
দুষ্কৃত সাৱধান ।
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান ৷
প্ৰালয়িকী মোৰ জাগিছে ছন্দ
কৃতান্ত মূর্তিমান
গানেৰে মই বিশ্বজীৱন
কৰি আছোঁ আহ্বান ।

Amazon Product