মোৰ বাৰীত ফুলিলে
ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কূ-উ বুলি ?
ৰূপহ কলীয়া কুলী ।
মোৰ বাৰীত ফুলিলে
ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কূ-উ বুলি ?
ৰূপহ কলীয়া কুলী ।