মোৰ বাৰীত ফুলিলে (Mor Barit Fulile) Lyrics

মোৰ বাৰীত ফুলিলে
ইন্দ্ৰজিত মালতী তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা।
বাউলী বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কূ-উ বুলি ?
ৰূপহ কলীয়া কুলী ।