মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
অভিনৱ মৰমেৰে ব্যাকুল কৰানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
অস্থিৰ আৱেগৰ পৰশ লোৱানা
অভিমানী দুচকুত শান্তি দিয়ানা
অস্থিৰ আৱেগৰ পৰশ লোৱানা
অভিমানী দুচকুত শান্তি দিয়ানা
অময়া মৰমৰ সুবাস হোৱানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
তোমাতেই হয় শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰ এই পৃথিৱী
তোমাতেই হয় শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰ এই পৃথিৱী
কবিতা হৈ বুকুত তুমি সাৰ পোৱানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা