সপোন পাৰৰ মই সপোন কুঁৱৰী
অমিয়া মাধুৰী মই আনো বিচাৰি ।।
মই যে মায়াবিনী মই যে কুহকিনী
হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি ।।
সুখ দুখ কত চাওঁ
হাঁহো মৃদু মৃদু কৰি।।
সপোন পাৰৰ মই সপোন কুঁৱৰী
অমিয়া মাধুৰী মই আনো বিচাৰি ।।
মই যে মায়াবিনী মই যে কুহকিনী
হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি ।।
সুখ দুখ কত চাওঁ
হাঁহো মৃদু মৃদু কৰি।।