সপোন পাৰৰ মই সপোন কুঁৱৰী (Xapon Paror Moi Xapon) Lyrics

সপোন পাৰৰ মই সপোন কুঁৱৰী
অমিয়া মাধুৰী মই আনো বিচাৰি ।।
ম‍ই যে মায়াবিনী ম‍ই যে কুহকিনী
হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি ।।
সুখ দুখ কত চাওঁ
হাঁহো মৃদু মৃদু কৰি।।