সেউজী সেউজী সেউজী অ’ (Seuji Seuji Seuji O) Lyrics

সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ৷
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল ফল
সেন্দুৰীয়া ।
আমাৰ চকুলোৰে
পানী দি জীয়ালোঁ
মাণিকী-মধুৰী ধান,
তোমালৈ আনিছোঁ
জগতৰে শ‍ইচ
এৰা অ’ নিমাতী মান ৷

Amazon Product