ৰূপহ কোঁৱৰৰ চুমা পৰশতে (Rupoh Konwar) Lyrics

ৰূপহ কোঁৱৰৰ চুমা পৰশতে
লাজুকী কুঁৱৰী মৰহি যায় । ।
সোণতে সুৱগা আহি সানি দিলে
গোলাপী গালতে ৰাঙে চৰাই ।।
সপোনৰে সখা আহি দিলে দেখা
দিয়া সখী দিয়া হিয়া বিলাই।।

Amazon Product