মই নথকাৰ অনুভৱ (Moi Nothokar Anubhav) Lyrics

মই নথকাৰ অনুভৱ যিদিনা হব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মই নথকাৰ অনুভৱ যিদিনা হব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ চন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা যদি […]