সপোন সপোন যেন (Xopun Xopun) Lyrics

সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মই তোমাৰে বুকুত জীপাল হওঁ আজি মই সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ নাচে […]

গুণ গুণ গুণ গুণ গুণ গুণ (Gun Gun Gun Gun) Lyrics

গুণ গুণ গুণ গুণ গুণ গুণ কোনবা দুৰণিত আছা সোণ নূপুৰৰ ৰুণজুন ৰুণজুন আজিও ক’ৰবাত বাজেচোন দিন যায় ৰাতি যায় তোমাকে বাটে চাই পোহৰে কন্দুৱাই এন্ধাৰে নিচুকাই গুণ গুণ গুণ গুণ গুণ গুণ প্ৰতিপল অসহায় নেযায় নুপুৱাই সপোনে গচকি জোকাৰি থৈ যায় প্ৰতিপল অসহায় নেযায় নুপুৱাই সপোনে গচকি জোকাৰি থৈ যায় জোন যেন মুখ’নিত সেন্দুৰৰ […]

দিয়া মোক দিয়া (Diya Muk Diya) Lyrics

দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশাল এটি মন মিলি যায় যাৰে পাৰা পাৰহীন সুনীল সাগৰ খন সামৰিম বেলি জোন আকোৱালী লম অলেখ তৰাৰ মেলাক দিয়া মোক দিয়া আকাশৰ দৰে দিয়া মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং দিয়া মোক দিয়া সুবিশাল এটি মন আঁকোৱালী লম […]

দুচকুৰে নীলাৰে (Dusokure Nilare) Lyrics

দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ দুচকুৰে নীলাৰে মাজতে তুমি তৰা জ্বলা আকাশত নিহাৰিকা তুমি তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে এই হাহি চিৰদিনৰ […]

দিয়া ঘূৰাই দিয়া (Diya Ghurai Diya) Lyrics

দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আইতাৰে সাধু তৰালি সৰা চোতাল সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী অ’ আমি আমিয়েইচোন পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন । আনা ঘূৰাই আনা ধৰা নিভাঁজ হিয়াৰ শেৱালি পাহিত দুভৰি ঠুনুক ঠানাক সেইয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী অ’ আমি আমিয়েইচোন পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন । ক […]

গাগৰি ককালত (Gagori Kokalot) Lyrics

গাগৰি ককালত ৰ’দালি দুগালত মৰো মৰো লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি এটি খোজত উঠিছে ঢৌ মোৰ মনৰে বনত পানী অনা ঘাটলে নাযাবা দেই অলকে চল পালে কোনোবাই লৈ যাব ধৰি লৈ যাব লৈ যাব ধৰি লৈ যাব শেৱালি নেৱালি যুতি জাই মালতি কিযে নুফুলে তোমাৰে বাতত লিহিৰি খোপাতে কপৌ ফুলে হাহেঁ জেতুকা জিলিকে দুয়োখনি […]

হাহিলে তুমি মুকুতা মণি সৰে (Hahile Tumi Mukuta Moni Sore) Lyrics

হাহিলে তুমি মুকুতা মণি সৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা বহুদিনৰে পৰা নিশা জাগি সাচিছো যে তোমালৈ মন মাধুৰী উথলি উঠা মৰমে গোপনে হিয়া আৱৰে বেদনাৰ আকাশ ভাঙি মন কিয় যে নভৰে কোৱা না অনামিকা কলিজা ৰঙা কৰি উজলি আছা সোণ সৰা সপোনৰ […]

মাজুলীৰ এজনী ছোৱালীয়ে (Majulir Ejoni Suwaliye) Lyrics

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাবটি বহুতকে ইপাৰে সিপাৰে অ’ অ’ অ’ দৰীয়া ঘাটতে কলিজা থেকেচি লুইতৰ বুকুতে বুকুখনি মেলি ইফালে-সিফালে আনে শুনক বুলি ঐনিতম এফাঁকি গায় । মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সাবটি বহুতকে ইপাৰে সিপাৰে … চুই চালে চুই চালে চুই চালে বুজিবা বুকুৰে ভিতৰত কিহৰে খহনীয়া এ মন গ’লে মন গ’লে মন […]

চুমা চুমা চুমা (Suma Suma Suma) Lyrics

না ৰি নি নি না না নে না নে না ৰি নি নি না না নে নে নে চুমা চুমা চুমা চুমা মিঠা মন বুজা বুজা বুজা বুজা মোৰ মন চুমা চুমা চুমা মিঠা মন বুজা বুজা বুজা বুজা মোৰ মন প্ৰেমৰে নৈ বোৱামে মই তোমাৰ বাবে থাকিমে মই ৰৈ…….. চুমা চুমা চুমা চুমা মিঠা […]

নিতাল নিশা আজি (Nital Nisha Aji) Lyrics

নিতাল নিশা আজি বাজে কি গহীন গান ? উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ নিতাল নিশা আজি বাজে কি গহীন গান ? উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ উৰি যাব খোজে মোৰ আকুল উদাস প্রাণ সুৱগি তাৰকা জাকে ধৰণীৰ ফাঁকে ফাঁকে সুৱগি তাৰকা জাকে ধৰণীৰ ফাকে […]