মতলীয়া বতাহে (Motoliya Botahe) Lyrics

মতলীয়া বতাহে উৰি আহি ক’লে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ ৷ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা প্ৰীতিৰ নাই ভাগৰ আবেগৰ লাগি বতাহত উৰে চৌদিশে মই কিনো কৰো তুমি নাই মোৰে কাষতে মই আছো গুপনে তোমাৰে যে ভাৱতে উমলিচু প্রতিপল জাগা হৃদয় প্রেমৰণত বৰণীয়া ফুলনি আবাহনী দূৰণি তালে […]

লাহে দৈ বেলি ঐ (Lahe Doi Beli Oi) Lyrics

লাহে দৈ বেলি ঐ যাগৈ যাবৰে হ’ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ’ল নীলিম নয়নে নয়ন লৈ বুকুতে মূৰটি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ’ল হিয়াৰে হিয়াতে খেলিবৰ হ’ল লাহে দৈ বেলি ঐ যাগৈ যাবৰে হ’ল লাহে লাহে মনে মনে কাণতে ওঁঠ লগাই ঐ ভালপোৱা দিম জগাই লাহে লাহে মনে মনে কাণতে ওঁঠ লগাই […]

ৰং দিয়া মৰম (Rong Diya Morom) Lyrics

ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু এবুকু মৰমৰ বাহিৰে মোৰ বুলিবলে আছে কিনো মিঠা মিঠা সপোনে দিঠকক স্মৰাব জানো ? খোজ দিয়া … খোজে খোজে ৰওঁ ছায়া হৈ বাটৰে লগ ল’লোঁ থাকিম শেষলৈ সৰু ঘৰখনি হ’ব শুৱনি তোমাৰে মোৰে মিলনৰে ওঁঠৰে পাহিত এধানি হাঁহিৰ নোহোৱা হ’ব যে বেদনা যে […]

মোৰ মনৰে কল্পনাত (Mor Monore Kalpanat ) Lyrics

মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অভিনৱ মৰমেৰে ব্যাকুল কৰানা মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা অস্থিৰ আৱেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অস্থিৰ আৱেগৰ পৰশ লোৱানা অভিমানী দুচকুত শান্তি দিয়ানা অময়া মৰমৰ সুবাস হোৱানা মোৰ […]

পাখি পাখি এই মন (Pakhi Pakhi Ei Mon) Lyrics

পাখি পাখি এই মন পাখি লগা মোৰ মন, পাখি মেলি যা উৰি উৰি, পাখি মেলি যা উৰি….. জাকি মাৰি গৈ নাম এৰি অহা পদূলি, বুটলি আন ল’ৰালি উৰি, পাখি মেলি যা উৰি….. দেউতাৰ হাঁহিৰে আইৰ স’তে উমলি, ৰ’দে বৰষুণে ধেমালী আজৰি সেই আবেলি, উৰি, পাখি মেলি যা উৰি….. দোকমোকালিৰ মোৰ পঢ়াশালি ইংৰাজী-অংক তপিনাত এচাৰি, খিৰিকিৰ […]

আহে বা নাহে ঘুমতি (Ahe ba Nahe Ghumoti) Lyrics

আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে নৈ মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ তুমি ৰোৱা যেন মোলৈ । আহে বা নাহে ……….. চোৱে বা নোচোৱে নিয়ৰে শেৱালি পাহিটি শৰতে শৰতে চোৱে বা নোচোৱে ………… নাচে বা নানাচে জোনাকী হৈ […]

অনুৰাধা (Anuradha) Lyrics

যুগে যুগে প্ৰতি খোজে তোমাতেই মই হ’ম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতেই লীন অনুৰাধা অনুৰাধা অনুৰাধা অনুৰাধা সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ অনুৰাধা অনুৰাধা অনুৰাধা অনুৰাধা চকুয়েদি বৈ আহে নিদ্ৰাহিন কবিতা এন্ধাৰতো জ্বলি মৰে নজলোৱা শলিতা সপোনৰো শেষ আছে শেষ নহয় হতাশা জ্বলি জ্বলি জ্বলে মাথো […]

প্ৰতিদিনে তুমি (Pratidine Tumi) Lyrics

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল এপাহি হাহি এপাহি দুখ তাৰেই সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল জীৱন তুমি ৰহণীয়া ৰঙৰে বোল আকাশে গাতে ল’বৰে মন সাগৰ তলিত শুৱৰে মন মনৰ চিলা উৰুৱাই জীৱনে সোণালী হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় হৃদয় […]

বুকুতে গুপুতে অকলে এৰি থৈ (Gupute Gupute Akale) Lyrics

বুকুতে গুপুতে অকলে এৰি থৈ ক’তেনো থাকাগৈ তুমি হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ নৈ তুমি। জ্বলি জ্বলি জীৱনত পুৰি পুৰি সপোনক এতিয়া এন্ধাৰকে ল’লা সাৱটি চকু মেলা সাৰ পোৱা মোলে’ চোৱা আকৌ এবাৰ কথা কোৱা মোৰ হোৱা।। চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী নতুন ফাগুণ মোৰ হেৰোৱা সপোন […]

নিয়ৰৰে ফুল (Niyorore Phool) Lyrics

নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? যেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি ? আইনু জনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছিল […]