নহ’লে পৰিচয় হিয়াৰে (Nohole Porisoi Hiyare) Lyrics

নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে যৌৱনে ক’লে আজি সেয়াই হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে তথাপিতো বাৰে বাৰে চিগি […]