সপোন সপোন যেন (Xopun Xopun) Lyrics
সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মই তোমাৰে বুকুত জীপাল হওঁ আজি মই সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ নাচে […]
মোৰ মন দুচকুত (Mur Mon | Roi Roi Binale) Lyrics
মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মোৰ বুকুত লিখে একেই আখৰে মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে মোৰ ডেউকাৰ ক’লা ৰং শুভ্র হ’ব খোজে মোৰ […]